News and updates

Re-Examination date for beginner-I and II

NOTICE

Respected Parents/Guardians & Dear Students,

You are requested to ensure you/ your child to appear in the 1st Unit Test (if appeared/successfully not submitted) ONLINE or  the subject(s) you were unable to appear in the 1 Phase are requested to reappear within 9 AM to 9 PM in 2nd Phase of Exam. within 6th September. As per convenience a student may appear in minimum 1/2 and maximum 3/4/ 5/6 subjects (as per capability) daily. Hope positive response/cooperation from you.

ইয়াৰ দ্বাৰা সকলো অভিভাৱক/অভিভাৱিকাক আৰু ছাত্ৰ-ছাত্ৰী সকলক অনুৰোধ জনোৱা হৈছে যে আপোনাৰ সন্তানে যদি প্রথম পৰ্য্যায়ত  অনুষ্ঠিত হোৱা প্রথম গোট পৰীক্ষাত (1st Unit Test) (ONLINE) অৱতীৰ্ণ হ’ব নোৱাৰিলে বা সফলতাৰে SUBMIT কৰিব নোৱাৰিলে আৰু যি সকলে কোনো এটা বিষয়ত অৱতীৰ্ণ হোৱা নাই তেওঁলোকে 6th September,2021 ৰ ভিতৰত  পুৱা ৯.০০ বজাৰ পৰা ৰাতি ৯.০০ বজালৈ দ্বিতীয় পৰ্য্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এজন ছাত্ৰই দৈনিক কমেও ১টা বা ২টা বিষয়ৰ পৰা ৩/৪/৫/৬টা বিষয়লৈ অৱতীৰ্ণ হ’ব পাৰিব। আপোনালোকৰ সহায় সহযোগিতা আমাৰ কাম্য।

 

Leave a Reply

Your email address will not be published. Required fields are marked *